AHSEC| CLASS 12| BIOLOGY| QUESTION PAPER - 2019| H.S. 2ND YEAR
2019
BIOLOGY
(Theory)
Full Marks: 70
Pass Marks: 21
Time: Three hours
The figures in the margin indicate
full marks for the questions.
PART-I (BOTANY) MARKS – 35 Page No. 1 - 6 PART-II (ZOOLOGY) MARKS - 35 Page No. 7 – 11 |
Use separate Answer scripts for
Part-I (Botany) and Part-II (Zoology)
Part-I (Botany)
(প্রথম অংশ ও উদ্ভিদ বিজ্ঞান)
1. Name the edible part of an apple. 1
আপেল এটাৰ খাদ্যাংশৰ
নাম লিখা।
2. Why grafting is not possible in monocot plants? 1
একবীজপত্রী উদ্ভিদত জোৰা কলম সম্ভৱ
নহয় কিয়?
3. Name the micro-organism that converts milk to curd. 1
গাখীৰক দৈ লৈ
ৰূপান্তৰ কৰা অণুজীৱটোৰ নাম
লিখা।
4. What is the function of DNA ligase? 1
ডি এন এ
লাইগেজৰ কাম কি ?
5. What is missing link? Describe briefly with an
example. 1+1=2
ধাৰাবাহিকতা ৰক্ষাকাৰী মানে কি? এটা
উদাহৰণেৰে চমু বর্ণনা দিয়া।
0r/ অথবা
Define
Recapitulation theory with examples.
2
উদাহৰণসহ পুনৰাবৃত্তি মতবাদৰ সংজ্ঞা দিয়া।
6. What is transgenic plant? Mention two advantages and one
example of transgenic plant. 1+1=2
বংশান্তৰিক উদ্ভিদ মানে কি?
বংশান্তৰিক উদ্ভিদৰ দুটা সুবিধা আৰু
এটা উদাহৰণ দিয়া।
0r/অথবা
Write on the
importance of biopiracy. 2
জৈৱস্বত্বাপহৰণৰ গুৰুত্বৰ বিষয়ে লিখা।
7. Differentiate allelopathy and antibiosis. 1+1=2
এলিল’পেথি আৰু এন্টিবায়চিছৰ
পৃথকীকৰণ কৰা।
0r/ অথবা
What is age
pyramid? Draw the expanding age pyramid and label its parts. 1+1=2
বয়স পিৰামিড মানে
কি? বিস্তাৰণ পিৰামিডৰ চিত্র আঁকি তাৰ
অংশবােৰ চিহ্নিত কৰা।।
8. Write short note on the following: (any one) 2
চমু টোকা লিখা:
(যিকোনাে এটাৰ)
(i) Gene gun
জিন্ বন্দুক
(ii) Tools of
genetic engineering
জিনীয় অভিযন্ত্ৰণৰ আহিলা
(iii) Gene
cloning
জিন ক্লনিং
9. What are the conditions of biopatent? 2
বায়’পেটেন্টৰ চৰ্ত সমূহ কি
কি ?
0r/ অথবা
Write about the
function and principle of ELISA technique.
2
ELISA প্রক্রিয়াৰ কাৰ্য আৰু সূত্ৰৰ
বিষয়ে লিখা।
10. Write scientific name and utility of the following plants:
(any two) 1+1=2
তলত দিয়া উদ্ভিদসমূহৰ
বৈজ্ঞানিক নাম আৰু ব্যৱহাৰ
লিখা: (যিকোনাে দুটাৰ)
(a) Teak
চেগুন
(b) Indian
ginseng
অশ্বগন্ধা
(c) Chinchona
চিনকোনা
(d) Sissoo
ছিছু
11. Write briefly the chemical origin of life on the
earth. 3
পৃথিৱীত জীৱৰ ৰাসায়নিক উৎপত্তিৰ
বিষয়ে চমুকৈ লিখা।
Or/ অথবা
"Survival
of the fittest", explain the statement with the help of Darwin's
theory. 3
“যােগ্যতাৰ
উৰ্ত্তন”,
ডাউইন মতবাদৰ সহায়ত এই
উক্তিৰ ব্যাখ্যা কৰা।
12. What is tissue culture? Write the advantages of tissue
culture. 1+2=3
কলাকৰ্ষণ কি? কলাকৰ্ষণৰ সুবিধা
সমূহ লিখা।
0r/ অথবা
What is meant by
somatic hybridization? Give an account on necessary steps of the method with an
example. 1+2=3
কায়িক সংকৰণ মানে
কি বুজায়? এটি উদাহৰণসহ এই
প্রক্রিয়াত আৱশ্যকীয় স্তৰ সমূহৰ বর্ণনা
দিয়া।
13. Define fermentation and describe briefly how alcohol is
produced in this process. 1+2=3
কিঞ্চন প্রক্রিয়াৰ সংজ্ঞা
দিয়া আৰু এই পদ্ধতিত
সুৰা কেনেকৈ প্ৰস্তুত কৰা
হয় তাৰ চমু বর্ণনা
দিয়া।
0r/ অথবা
What are
biopesticides? Write briefly on biopesticides with examples. 1+2=3
জৈৱ কীটনাশক কি?
উদাহৰণসহ জৈৱকীটনাশকৰ বিষয়ে লিখা।
14. What is double fertilization? Describe the process with
diagrams from the stage of megaspore formation to zygote formation. 1+4=5
দ্বি-নিষেচন কি?
চিত্রসহ স্ত্রীৰেণু গঠন স্তৰৰ পৰা
যােজন কোষ গঠনলৈকে প্রক্রিয়াটো
বর্ণনা কৰা।
0r/ অথবা
Why meiosis is
essential at the time of sporogenesis in angiosperms? Explain the process of
development of male gametophyte in angiosperms with suitable diagrams. 1+4=5
গুপ্তবীজী উদ্ভিদৰ ৰেণুজননৰ সময়ত হ্রাসাত্মক বিভাজনৰ
আৱশ্যক কিয়? গুপ্তবীজী উদ্ভিদৰ
পুংজণুৰ বিকাশ পদ্ধতি উপযুক্ত
চিত্রসহ ব্যাখ্যা কৰা।
15. What is genetic engineering? Describe the major steps of
gene cloning technology. 1+4=5
জিনীয় অভিযন্ত্রণ কি?
জিন্ ক্ল’নিংত জড়িত প্রধান
স্তৰসমূহ বর্ণনা দিয়া।
Or/ অথবা
Write an account
of biotechnological applications in medicine. 5
চিকিৎসা বিজ্ঞানত কাৰিকৰী জীৱবিজ্ঞানৰ প্রয়ােগ সম্বন্ধে এটি বর্ণনা দিয়া।।
Part-II (Zoology)
(দ্বিতীয় অংশঃ প্রাণীবিজ্ঞান)
1. Fill in the blanks: (any two) 1x2=2
খালী ঠাই পূৰণ
কৰা ঃ (যিকোনাে দুটা)
(a) Anterior
part of sperm is called _______.
শুক্রাণু কোষৰ অগ্রভাগক ______বুলি
কোৱা হয়।
(b)
Archaeopteryx is a connecting link between reptiles and ________.
আর্কিঅ’পটেৰিক্স হ’ল সৰীসৃপ আৰু
_______ৰ সংযােগ জীৱ।
(c) Genetic
constitution of an organism is called _________.
_______হ'ল এটা
জীৱৰ জিনৰ সমষ্টি।
(d) Cancer
causing viruses are known as ________.
কৰ্কট ৰােগ সৃষ্টি
কৰা ভাইৰাচ সমূহক ________বুলি
কোৱা হয়।
2. Answer any two:
1x2=2
যিকোনাে দুটাৰ উত্তৰ লিখা?
(a) What is
interspecific hybridization?
আন্তঃপ্রজাতি সংকৰণ কি?
(b) What are the
restriction enzymes?
‘ৰেষ্ট্ৰিশ্যান’
এঞ্জাইম সমূহ কি?
(c) What is the
first infective stage of malarial parasite in man?
মানুহৰ দেহত মেলেৰীয়া
পৰজীৱীৰ প্রথম সংক্রামক দশাটো
কি?
(d) What is
ex-situ conservation?
বহিঃস্থান সংৰক্ষণ কি?
3. Answer any four:
2x4=8.
যিকোনাে চাৰিটাৰ উত্তৰ লিখা?
(a) What are the
significance of crossing over?
পাৰংগতিৰ গুৰুত্ব কি?
(b) Write
briefly on haemophilia.
হিম’ফিলিয়াৰ বিষয়ে চমুকৈ লিখা।
(c) What do you
mean by adaptive radiation?
অনুকূলী প্রসাৰণ বুলিলে কি বুজা?
(d) Write the
various components of immune system.
অসংক্রাম্য তন্ত্ৰৰ বিভিন্ন উপাদান সমূহ লিখা।
(e) Write the
various causes of water pollution.
পানী প্ৰদূষণৰ বিভিন্ন
কাৰণ সমূহ লিখা।
(f) What are the
factors of population growth?
আবাদী বৃদ্ধিৰ কাৰকবােৰ
কি কি?
4. Write differences between: (any two) 2x2=4
যিকোনাে দুটাৰ পার্থক্য লিখা?
(a) Parturition
and lactation
প্রসৱ আৰু দুগ্ধক্ষণ
(b) Down's
syndrome and Klinefelter's syndrome.
ডাউনৰ চিন্দ্ৰম আৰু
ক্লিনফেল্টাৰৰ চিন্দ্রম
(c) Vaccination
and immunisation
ছিটাকৰণ আৰু অসংক্রাম্যকৰণ
(d) Convergent
evolution and divergent evolution
অভিসাৰী ক্রমবিকাশ আৰু অপসাৰী ক্রমবিকাশ।
5. Draw a neat labelled diagram of a human sperm. 2+1=3
এটি মানৱ শুক্রাণুৰ
পৰিষ্কাৰ চিহ্নিত চিত্র আঁকা।
0r/ অথবা
Diagrammatically
express the Watson-Crick's semiconservative models of DNA replication. 3
ওৱাটচন আৰু ক্ৰিৰ
আৰ্হিত DNA ৰ অৰ্দ্ধ সংৰক্ষিত
প্রতিকৃতিকৰণৰ চিত্ৰীয় ৰূপ প্ৰকাশ কৰা।
6. What are sexually transmitted diseases? Write its various
types of preventive measures.
1+2=3
লিংগ সঞ্চাৰিত ৰােগ
বা যৌনৰােগ কাক বােলে? এই
ৰােগ প্ৰতিৰােধৰ ব্যৱস্থাবােৰ কি কি?
0r/ অথবা
Write the various
methods of cancer detection and diagnosis.
3
কর্কটৰােগ নির্ণয় আৰু চিনাক্তকৰণৰ পদ্ধতিবােৰ
লিখা।
7. Describe about the Pedigree analysis. 3
বংশাৱলী ইতিবৃত্ত বিশ্লেষণ পদ্ধতিটো বর্ণনা কৰা।
Or/ অথবা
Describe about
the 'greenhouse' effect. 3
সেউজগৃহ প্রভাৱ সম্পর্কে বর্ণনা
8. Describe the Mendel's laws of inheritance. 5
মেণ্ডেলৰ বংশগতি সমন্ধীয় সূত্র
সমূহ বর্ণনা কৰা।
Or/ অথবা
'DNA is a
genetic material', explain the statement with the help of Alfred Hershey and
Martha Chase experiment. 5
‘ডি. এন. এ. হ’ল জিনীয় দ্রব্য, উক্তিটো
আলফ্রেড হাহিঁ আৰু মাথা
চে’ৰ পৰীক্ষাৰ সহায়ত
ব্যাখ্যা কৰা।।
9. Describe the process of the flow of energy in different
trophic level of an ecosystem. 5
পৰিস্থিতি তন্ত্র এটাৰ বিভিন্ন
পৌষ্টিক স্তৰত শক্তি প্রবাহ
প্রক্রিয়া বর্ণনা কৰা।।
Or/ অথবা
What is
ecological pyramid? Explain different types of ecological pyramid with
diagram. 2+3=5
ইক’লজিকেল পিৰামিড় কি? বিভিন্ন ধৰণৰ ইক’লজিকেল পিৰামিডৰ বিষয়ে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
***
AHSEC PAGE LINK - CLICK HERE
READ HERE SOLVED PAPERS [ARTS, COMMERCE, SCIENCE]
|
SUBJECT - [CLASS – 12] |
(FULL UPDATE COMING SOON) 1.
EDUCATION: 2014,
2015,
2016,
2017,
2018,
2019,
2022
[PAGE
LINK]
2.
POLITICAL SCIENCE: 2012,
2013,
2014,
2015,
2016,
2017,
2018,
2019,
[PAGE
LINK]
3.
SOCIOLOGY: 2015,
2016,
2017,
2018,
2019,
2020,
2022,
[PAGE
LINK]
4.
LOGIC AND PHILOSOPHY: 2014,
2015,
2016,
2017,
2018,
2019,
[PAGE
LINK]
5. ENGLISH – 2018,
2019,
2020
[PAGE
LINK]
6. ALTERNATIVE ENGLISH – 2022
[PAGE
LINK]
7. MATHEMATICS – 2019,
2022
[PAGE
LINK]
8. BANKING – 2020
[PAGE
LINK]
9. BUSINESS STUDY – 2020
[PAGE
LINK]
10. FINANCE – 2022
[PAGE
LINK]
11.
GEOGRAPHY - (COMING
SOON) 12.
HISTORY - (COMING
SOON) 13.
ECONOMICS - (COMING
SOON) 14.
PHYSICS - (COMING
SOON) 15.
BIOLOGY - (COMING
SOON) 16.
CHEMISTRY - (COMING
SOON) |
Also Read: