AHSEC| CLASS 12| BIOLOGY| QUESTION PAPER - 2015| H.S. 2ND YEAR
2015
BIOLOGY
(Theory)
Full Marks: 70
Pass Marks: 21
Time: Three hours
The figures in the margin indicate
full marks for the questions.
PART-I (BOTANY) MARKS – 35 Page No. 1 - 4 PART-II (ZOOLOGY) MARKS - 35 Page No. 5 – 7 |
Use separate Answer scripts for
Part-I (Botany) and Part-II (Zoology)
Part-I (Botany)
(প্রথম অংশ ও উদ্ভিদ বিজ্ঞান)
1. What is embryogenesis? 1
ণ গঠন প্রক্রিয়া
কি?
2. What is GMO? 1
জি. এম. অ,
মানে কি?
3. The micro-organism used 10 produce lactic acid through
fermentation process is known as _____.
1
কিম্বন প্রণালীৰ দ্বাৰা
লেকটিক এচিড উৎপাদনত ব্যৱহৃত
জীৱাণু হৈছে _______।
4. Why is apple called a false fruit? 1
আপেলক কিয় অপ্রকৃত
ফল বােলা হয়?
5. How many types of artificial asexual reproduction found
in plants? Which type of plants showing grafting? 2
উদ্ভিদত কিমান প্ৰকাৰৰ কৃত্রিম
অযৌন প্রজনন পােৱা যায়?
কোন বিলাক উদ্ভিদত ‘ম’ কৰিব
পাৰি?
Or/ অথবা
Describe the
significance of sexual reproduction of plants.
2
উদ্ভিদৰ যৌন প্রজননৰ তাৎপৰ্য্য
বর্ণনা কৰা।
6. Differentiate between chemical and biological origin of
life. 2
জীৱৰ ৰাসায়নিক আৰু
জৈৱিক উৎপত্তিৰ মাজত প্ৰভেদ উল্লেখ
কৰা।
Or/ অথবা
What is meant by
geological time scale? Why is it necessary to determine the age of
fossils? 2
ভূ-তাত্ত্বিক সময়
তালিকা কি? জীৱাশ্মৰ বয়স
নির্ধাৰণৰ বাবে ইয়াৰ প্ৰয়ােজনীয়তা
কি?
7. What is fermentation? Which micro-organism converts
sucrose into ethyl alcohol? 2
কিঞ্চন প্রক্রিয়া কি?
কোনবিধ জীৱাণুই শৰ্কৰাক ইথাইল এলকহল লৈ
ৰূপান্তৰ কৰে?
Or/ অথবা
What is algal
fertilizer? How does it help in agriculture?
শৈবাল সাব কি?
ই কৃষি কাৰ্য্যত কেনেদৰে
সহায় কৰে?
8. What are the principles of bio-technology? 2
কাৰিকৰী জীৱবিজ্ঞানৰ মূল ভিত্তি সমূহ
কি কি?
Or/ অথবা
What are
molecular scissors? Give two examples of it.
আণৱিক চিজাৰ কি?
ইয়াৰ দুটা উদাহৰণ দিয়া।।
9. What is genetically modified crop? Mention its disadvantages. 2
আনুবংশীক ভাবে ৰূপান্তৰিত শস্য
কি? ইয়াৰ অসুবিধা সমূহ
উল্লেখ কৰা ।
Or/ অথবা
What is the full
form of 'ELISA'? How does it help in detection of disease?
'ELISA'ৰ সম্পূর্ণ নাম
কি? ৰােগ নিৰূপণৰ ক্ষেত্ৰত
ই কেনেধৰণে সহায় কৰে?
10. What are the major abiotic factors of habitat? 2
বাসস্থানৰ মুখ্য অজৈৱ কাৰক
সমূহ কি কি?
Or/ অথবা
Differentiate
allelopathy and antibiosis.
এলিল’পেথি আৰু এন্টিবায়'ছিছৰ মাজত প্ৰভেদ
দেখুৱা।
11. Discuss about the technique of hybridization. 3
বর্ণসংকৰ সৃষ্টিৰ কৌশল আলােচনা কৰা।
Or/ অথবা
Discuss about
the development of female spore in flowering plants. 3
সপুষ্পক উদ্ভিদৰ স্ত্ৰীৰেণুৰ বিকাশ আলেচনা কৰা।
12. Write about the principle of ‘Hardy Weinberg'. Give an
equation of this principle with example.
1.5+1.5 =3
হাডি উদ্বাৰ্গৰ সূত্ৰ
লিখা আৰু এই সূত্ৰৰ
সমীকৰণ উদাহৰণৰ সৈতে উল্লেখ কৰা।
Or/অথবা
Discuss about
the chemical evolution of life. 3
জীৱৰ ৰাসায়নিক বিবর্তন
আলােচনা কৰা।
13. What is ‘SCP' ? Write about advantages of SCP. 1+2=3.
‘SCI’ মানে
কি? ইয়াৰ সুবিধা সমূহ
উল্লেখ কৰা।
Or/ অথবা
What is
totipotency? How does it help in plant propagation? 1+2=3
টটিপটেঞ্চি কি? উদ্ভিদৰ বিস্তাৰণত
ই কেনেকৈ সহায় কৰে?
14. What is embryo? Describe with suitable diagram about the
development of embryo in dicot plant.
1+4=5
ভ্রণ কি? চিত্র
সহকাৰে দ্বিবীজপত্রী উদ্ভিদৰ ভ্ৰণৰ বিকাশ বর্ণনা
।
Or/অথবা
What is
recombinant DNA Technology? Write about the process of recombinant DNA
technology. 1+4=5
ডি. এন. এ
পুনর্গঠন কাৰিকৰী কৌশল কি? ইয়াৰ
বিভিন্ন কৌশলৰ পদ্ধতি সমূহ
বর্ণনা কৰা।
15. What is age pyramid? Describe the pre-reproductive,
reproductive and post reproductive age of pyramids with diagram. 1+4=5
বয়স পিৰামিড কি?
প্রজননৰ পূব্বাৱস্থা, বর্তমান অৱস্থা আৰু পৰবৰ্ত্তী
অৱস্থাৰ বয়স পিৰামিড চিত্র
সহকাৰে বর্ণনা কৰা!
Or/ অথবা
Write in briefly
about the three fibre yielding plants of Assam. Mentioning their botanical
name, parts used and purposes of uses.
5
অসমৰ তিনিবিধ তন্তু
উৎপাদনকাৰী উদ্ভিদৰ বিষয়ে চমুকৈ বর্ণনা
কৰা আৰু লগতে সিহতৰ
বৈজ্ঞানিক নাম, অংশৰ ব্যৱহাৰ
আৰু প্রয়ােগ উল্লেখ কৰা ।
Part-II (Zoology)
(দ্বিতীয় অংশ : প্রাণীবিজ্ঞান)
1. Fill in the blanks: (any two) 1×2=2
খালী ঠাই পূৰণ
কৰা ঃ (যি কোনাে
দুটা)।
(a) Progesterone
is secreted by _______.
_______প্রজেষ্টেৰণ ক্ষৰণ কৰে।
(b) Typhoid
fever can be confirmed by _____test.
______পৰীক্ষাৰ দ্বাৰা টাইফইড ৰােগ
নিশ্চিত কৰিব পৰা যায়।
(c) There are
_____number of National Parks in Assam.
অসমত ________সংখ্যক জাতীয় উদ্যান
আছে।
2. Answer any two:
1x2=2
যি কোনাে দুটাৰ
উত্তৰ লিখা ও
(a) What is the
special nutrient present in the milk of transgénic cow, Rosie'?
ট্রেজিনীক গাইগৰুৰ গাখীৰত থকা বিশেষ
পুষ্টিদ্ৰৱটো কি?
(b) Name the
amino acid which fails to convert to tyrosine in Phenylketonuria.
ফিনাইলকিট'নিউৰিয়াত যি এমিন’এচিদে টাইৰ' ছিলৈ
ৰূপান্তৰিত নহয় তাৰ নাম
লিখা।
(c) Which enzyme
transcribes hnRNA?
কোন উৎসেচকে hnRNAৰ
লিপ্যন্তৰ সংঘটিত কৰে?
3. Write answer of any four of the following: 2x4=8
তলত দিয়া যি
কোনাে চাৰিটাৰ উত্তৰ লিখা?
(a) Why sex
education is necessary in school?
বিদ্যালয়ত যৌন শিক্ষা কিয়
প্রয়ােজন?
(b) How is the
translation of mRNA tenninated?
mRNA ৰ অনুবাদ প্রক্রিয়া
কেনেকৈ সমাপ্ত হয়?
(c) Why the
father never passes on the gene for hacmophilia to his son?
হিম’ফিলিয়াৰ জিন পিতৃয়ে কেতিয়াও
সন্তানলৈ সঞ্চাৰিত নকৰে কিয়?
(d) How placenta
is formed?
অমৰা কেনেকৈ সৃষ্টি
হয়?
(e) What are the
different types of sericogenic insects commercially cultured in Assam?
অসমত ব্যৱসায়িকভাবে কি
কি ধৰণৰ ৰেচম কীট
পালন কৰা হয়?
(f) Explain the
Gause competitive exclusion principle.
গউছৰ প্ৰতিযােগিতাত বহির্গমন
নীতি ব্যাখ্যা কৰা।
4. Write the difference between: (any two) 2x2=4
যি কোনাে দুটা
পার্থক্য লিখা ?
(a) Commensalism
and mutualism
সহভভাজিতা আৰু সহােপকাৰিতা
(b) Sex
chromosome and autosome
লিঙ্গ ক্রম'জ'ম আৰু দৈহিক
ক্রম’জ'ম ।
(c) mRNA and
tRNA
এম আৰ.এন.এ আৰু টি
আৰ.এন.এ
(d) Active
immunity and Passive immunity.
সক্রিয় অসংক্রাম্যতা আৰু নিষ্ক্রিয় অসংক্রাম্যতা।
5. Name three sexually transmitted diseases of man. 3
মানুহৰ তিনিটা লিঙ্গ
সঞ্চাৰিত ৰােগৰ নাম লিখা।
Or/ অথবা
Draw a neat labeled
diagram of human sperm. 3
মানুহৰ শুক্রাণুৰ পৰিষ্কাৰ
চিহ্নিত চিত্র আঁকা।
6. Slate three goals of human genome project. 3
মানব জিনম প্রকল্পৰ
তিনিটা লক্ষ্য উল্লেখ কৰা।
Or/ অথবা
Describe briefly
the Lac Operon model. 3
লেক অপেৰণ আৰ্হি
চমুকৈ বর্ণনা কৰা।
7. Describe the mechanism of infection by HIV. 3
HIV সংক্রমণৰ কৌশল বর্ণনা কৰা।
Or/ অথবা
State the
important defence mechanisms in plant against herbivory. 3
তৃণভােজী প্রাণীৰ বিৰুদ্ধে লােৱা উদ্ভিদৰ গুৰুত্বপূৰ্ণ
প্ৰতিৰক্ষাৰ কৌশল সমূহ উল্লেখ
কৰা।
8. What is food chain? Describe two principal types of food
chain. 1+4=5
খাদ্য শৃঙ্খল কি?
দুই প্রধান ধৰণৰ খাদ্য
শৃঙ্খল বর্ণনা কৰা।
Or/ অথবা
What is global
warming? Mention two inajor effects of global warming. What steps should be
taken to control it? 1+2+2=5
গােলকীয় উষ্ণতা কী? গােলকীয়
উষ্ণতাৰ দুটা প্রধান প্রতিক্রিয়া
উল্লেখ কৰা। ইয়াক
নিয়ন্ত্রণ কৰিবলৈ কি কি
পদক্ষেপ প্রয়ােজন?
9. What is DNA fingerprinting? State its applications. 3+2=5
DNA ফিংগাৰপ্রিন্টিং কি? ইয়াৰ প্ৰয়ােগ
সমূহ উল্লেখ কৰা ।
Or/ অথবা
What is pedigree
analysis? Explain with example how such analysis can be useful. 1+4=5
বংশাৱলী ইতিবৃত্ত বিশ্লেষণ কী? এই ধৰণৰ বিশ্লেষণৰ উপকাৰিতা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
***
AHSEC PAGE LINK - CLICK HERE
READ HERE SOLVED PAPERS [ARTS, COMMERCE, SCIENCE]
|
SUBJECT - [CLASS – 12] |
(FULL UPDATE COMING SOON) 1.
EDUCATION: 2014,
2015,
2016,
2017,
2018,
2019,
2022
[PAGE
LINK]
2.
POLITICAL SCIENCE: 2012,
2013,
2014,
2015,
2016,
2017,
2018,
2019,
[PAGE
LINK]
3.
SOCIOLOGY: 2015,
2016,
2017,
2018,
2019,
2020,
2022,
[PAGE
LINK]
4.
LOGIC AND PHILOSOPHY: 2014,
2015,
2016,
2017,
2018,
2019,
[PAGE
LINK]
5. ENGLISH – 2018,
2019,
2020
[PAGE
LINK]
6. ALTERNATIVE ENGLISH – 2022
[PAGE
LINK]
7. MATHEMATICS – 2019,
2022
[PAGE
LINK]
8. BANKING – 2020
[PAGE
LINK]
9. BUSINESS STUDY – 2020
[PAGE
LINK]
10. FINANCE – 2022
[PAGE
LINK]
11.
GEOGRAPHY - (COMING
SOON) 12.
HISTORY - (COMING
SOON) 13.
ECONOMICS - (COMING
SOON) 14.
PHYSICS - (COMING
SOON) 15.
BIOLOGY - (COMING
SOON) 16.
CHEMISTRY - (COMING
SOON) |
Also Read: