AHSEC| CLASS 11| ANTHROPOLOGY| QUESTION PAPER - 2022| H.S.1ST YEAR
2022
ANTHROPOLOGY
Full Marks: 100
Pass Marks: 30
Time: 3 hours
The figures in the margin indicate full marks
for the questions
1. (a) Choose the correct answer: 1×5=5
শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা:
(i) The Asiatic
Society of Bengal was established in the year 1764/1774/1784.
এচিয়াটিক চচাইটি অৱ বেংগল স্থাপিত
হৈছিল ১৭৬৪/১৭৭৪ / ১৭৮৪
চনত।
(ii) Human hand
consists of 26/27/28 number of bones.
মানৱ প্ৰহস্ত মুঠ
২৬/27/28 ডোখৰ হাড়ব দ্বারা
গঠিত।
(iii) Kroeber /
Boas / Herskovits defined Anthropology as “the study of man and his works'.
ক্রোবাব/ব’ৱাছ/হাবস্ক’ভিটছব সংজ্ঞা মতে নৃতত্ত্ব হ'ল ‘মানুহ আৰু
তেওঁৰ কাৰ্যসমূহৰ অধ্যয়ন'।
(iv) The word
'Action Anthropology' was coined by Sol Tax/L. P. Vidyarthi / William Jones.
এক্সন এনথ্র’পলজী শব্দটি চ'ল টেক্স/এল.
পি. বিদ্যার্থী/উইলিয়াম জ'নচ'ব
উদ্ভাৱন ৷
(v) The
obturator foramen is located in vertebral column/scapula/pelvic girdle.
অনুকপাল বন্ধ্র বাজহাড় / অংসফলক / শ্রোণি বেষ্টনীত অৱস্থিত।
(b) Answer
the following questions: 1×7=7
তলত দিয়া প্রশ্নবোবব
উত্তৰ লিখা:
(i) Name the
discipline that studies humanity in all time and all space.
সকলো স্থান আৰু
সকলো সময়ব মানুহক অধ্যয়ন করা বিষয়টোব নাম
লিখা।
(ii) Define
protohistory.
আদি ইতিহাস-ৰ
সংজ্ঞা দিয়া ৷
(iii) Name a
community that uses canoe to adapt to their physical environment.
এটা সম্প্ৰদায়ৰ নাম
উল্লেখ কৰা যিয়ে প্রাকৃতিক
পৰিৱেশৰ লগত সমতা স্থাপনৰ
উদ্দেশ্যে গুটীয়া নাও (canoe) ব্যৱহাৰ কৰে ৷
(iv) Mention the
name of one Social Science closely related to Social Anthropology.
সামাজিক নৃতত্ত্বৰ সৈতে নিকট সম্বন্ধ
থকা এবিধ সামাজিক বিজ্ঞানৰ
নাম উল্লেখ কৰা ৷
(v) Who is the
author of the book, Primitive Culture?
Primitive
Culture নামৰ গ্ৰন্থখন কোনে লিখিছে?
(vi) What do you
understand by physical environment?
প্রাকৃতিক পৰিৱেশ বুলিলে কি বুজা?
(vii) What is
social institution?
সামাজিক অনুষ্ঠান কি?
2. What is the meaning of the word 'Anthropology'? Mention
two main branches of Anthropology. 1+1=2
‘নৃতত্ত্ব’ শব্দৰ অৰ্থ কি? নৃতত্ত্বৰ
প্ৰধান ভাগ দুটা উল্লেখ
কৰা ৷
3. Write down the distribution of gibbon and orangutan. 2
গিবন আৰু ওৰাং-উটানৰ বিস্তৃতি লিখা।
4. What do you mean by suture? Mention the name of any one
suture. 1+1=2
সীৱন বুলিলে কি
বুজা? যি কোনো এডাল
সীৱনৰ নাম লিখা ৷
5. What is genetics? 2
আনুবংশিক বিজ্ঞান কি?
6. Mention the names of the bones that form the human
cranium. 2
মানৱ কৰোটি গঠিত
কৰা হাড়বোৰৰ নাম উল্লেখ কৰা
৷
7. Delineate the different branches of Anthropology with
neat diagram. 2
পৰিচ্ছন্ন চিত্ৰৰ সহায়ত নৃতত্ত্বৰ বিভিন্ন শাখাসমূহৰ সম্বন্ধে বর্ণনা কৰা।
8. Highlight any two characteristics of mammals. 2
স্তন্যপায়ী প্ৰাণীৰ যি কোনো দুটা
লক্ষণ উল্লেখ কৰা ৷
9. Make a comparison a comparison between pluvial and
interpluvial periods. 2
প্লুভিয়েল আৰু আন্তঃপ্লুভিয়েল কালৰ
তুলনা কৰা ৷
10. Write down serially the names of glacial and
interglacial periods. 1+1=2
তুষাৰ আৰু অন্তৰাতুষাৰ যুগসমূহৰ
নাম একাদিক্রমে লিখা ৷
11. Where do the Platyrrhine monkeys and Catarrhine monkeys
found? 2
প্রশস্ত নাসিকা বান্দৰ আৰু সংকীৰ্ণ নাসিকা
বান্দৰ ক'ত ক'ত পোৱা যায়?
12. Describe about demographic study in Anthropology. 2
নৃতত্ত্বৰ জনসাংখ্যিকী অধ্যয়ন সম্বন্ধে লিখা।
13. Write a brief note on human society. 2
মানৱ সমাজৰ বিষয়ে
এটা চমু টোকা লিখা৷
14. Throw light on different types and forms of human
dentition. 4
বিভিন্ন আকৃতি আৰু প্ৰকাৰ অনুযায়ী
মানুহৰ দন্ত বিন্যাসত আলোকপাত
কৰা ৷
15. Mention four important characteristic features of the
order Primate. 4
প্রাইমেটৰ চাৰিটা গুৰুত্বপূৰ্ণ লক্ষণ উল্লেখ কৰা।
16. What is the anthropological concept of culture? 4
সংস্কৃতিৰ নৃতাত্ত্বিক ধাৰণা কি?
17. Compare between the following: 2+2=4
নিম্নলিখিতসমূহৰ তুলনা কৰা:
(a) The mountain
gorilla and the lowland gorilla
পৰ্বতীয়া গৰিলা আৰু নিম্নভূমিৰ গৰিলা
(b) Metatheria
and Eutheria
মেটাথেৰিয়া আৰু ইউথেৰিয়া
18. Describe briefly the skull of Pithecanthropus erectus. 4
পিথেকেএ’পাচ ইৰেকটাচ-ৰ
লাওখোলাৰ চমু বৰ্ণনা দিয়া৷
19. Why is man called Primate? 4
মানুহক কিয় প্রাইমেটৰ অন্তৰ্গত
বুলি কোৱা হয়?
20. What do you understand by geological timescale and
geological era? 2+2=4
ভূতাত্ত্বিক সময় তালিকা আৰু
ভূতাত্ত্বিক যুগ বুলিলে কি
বুজা?
21. What are the different methods of studying prehistory?
Describe any one of them. 1.5+2.5=4
প্রাক্-ইতিহাস অধ্যয়নৰ বিভিন্ন প্ৰণালীসমূহ কি কি? ইয়াৰে
যি কোনো এটা প্ৰণালীৰ
আলোচনা কৰা ৷
22. Write short notes on any two of the following: 2×2=4
তলৰ যি কোনো
দুটাৰ ওপৰত চমু টোকা
লিখা:
(a) Community
সম্প্রদায়
(b) Ethnology
নৃগোষ্ঠীতত্ত্ব
(c) Varve clay
anlysis
ভার্ভ ক্লে বিশ্লেষণ
(d) Cultural
Anthropology
সাংস্কৃতিক নৃতত্ত্ব
23. What is prehistoric archaeology? Prepare a brief methods
of studying prehistoric discussion on archaeology. 1+3=4
প্রাগৈতিহাসিক নৃতত্ত্ব কি? পুৰাতাত্বিক নৃতত্ত্ব
অধ্যয়ন প্রণালী সম্বন্ধে এটি চমু টোকা
প্রস্তুত কৰা ৷
24. Briefly discuss about Man's place in animal
kingdom. 6
জীৱজগতত মানুহৰ স্থান সম্বন্ধে চমুকৈ আলোচনা কৰা ৷
25. What do you understand by Great Ice Age? Provide a brief
note on the causes of glaciation. 2+4=6
বৃহৎ তুষাৰ যুগ
বুলিলে কি বুজা? তুষাৰ
যুগ প্ৰৱৰ্তনৰ কাৰণসমূহৰ এটা চমু টোকা
লিখা।
26. What is dating method? Describe two absolute dating
methods. 1+5=6
কাল নির্ণয় পদ্ধতি
কি? দুবিধ প্রত্যক্ষ কাল নিৰ্ণয় পদ্ধতি
বর্ণনা কৰা ৷
27. What is a social group? Mention the principles on the
basis of which social groups are formed. Write briefly on any one of these
principles. 2+2+2=6
সামাজিক গোট মানে কি?
কিহৰ আধাৰত সামাজিক গোটবোৰ গঠিত হয়, সেই
নীতিবোৰ উল্লেখ কৰা ৷ ইয়াৰে
যি কোনো এটা আধাৰৰ
ওপৰত চমু বৰ্ণনা দিয়া
৷
***
ANTHROPOLOGY SOLVED PAPERS PAGE LINK - Click here
BUY E-BOOK (PDF FILE)
[TO SEE FULL SOLUTION]
(Chapter wise Notes, Exam Question Papers solved, MCQ solved) [ARTS, COMMERCE, SCIENCE]
|
DOWNLOAD PAGE LINK:-CLICK HERE |
AHSEC PAGE LINK - CLICK HERE