AHSEC| CLASS 11| ANTHROPOLOGY| QUESTION PAPER - 2020| H.S.1ST YEAR
2020
ANTHROPOLOGY
Full Marks: 100
Pass Marks: 30
Time: 3 hours
The figures in the margin indicate full marks
for the questions
1. (a) Choose the correct answer: 1x5=5
শুদ্ধ উত্তৰ নিৰ্বাচন কৰা:
(i) The formal
teaching of Anthropology in India began in the University of Bombay/University
of Calcutta in 1920.
ভাৰতত ১৯২০ চনত নৃতত্ত্ব
অধ্যয়নৰ পাতনি বোম্বাই বিশ্ববিদ্যালয়ত/কলিকতা বিশ্ববিদ্যালয়ত মেলা হয়।
(ii) A human
foot consists of 24 / 25 / 26 number of bones.
মানৱ পদ মুঠ
২৪/২৫/২৬ ডাল
হাড়ৰ দ্বাৰা গঠিত।
(iii) The author
of 'Primitive Culture' is Sir James Frazer/E. B. Tylor/ Raymond Firth.
‘প্রিমিটিভ
কালচাৰ' নামৰ গ্ৰন্থখনৰ লেখক
হৈছে ছাৰ জেমছ্ ফ্ৰেজাৰ/ই. বি. ট্ৰাইলৰ/ৰেমণ্ড ফার্থ ।
(iv) Gibbon
belongs to the family of Hylobatidae / Pongidae / Hominidae.
গিবন হাইল’বেটিডি/পংগিডি/হ’মিনিডি পৰিয়ালৰ অন্তৰ্গত।
(v) Folk
belief/ornament/musical instrument/is an example of non-material culture.
লোক-বিশ্বাস/অলংকাৰ/বাদ্যযন্ত্ৰ এবিধ অবস্তুগত সংস্কৃতিৰ
উদাহৰণ।
(b) Answer
the following questions: 1x7=7
তলত দিয়া প্রশ্নবোৰৰ
উত্তৰ লিখা:
(i) Provide a
definition of Anthropology.
নৃতত্ত্বৰ এটি সংজ্ঞা দাঙি
ধৰা৷
(ii) What is a
suture?
সীৱন মানে কি
বুজা?
(iii) Name a
monkey species that belongs to Cercopithecinae.
চাৰক’পিথেচিনি অন্তৰ্গত এবিধ বান্দৰ প্ৰজাতিৰ
নাম লিখা।
(iv) Provide a
definition of society.
সমাজৰ সংজ্ঞা দিয়া।
(v) Name the
culture associated with the Neanderthal man.
নিয়ান্ডাৰথেল মানৱৰ সৈতে জড়িত সংস্কৃতিৰ
নাম লিখা।
(vi) What do you
understand by social institution?
সামাজিক অনুষ্ঠান বুলিলে কি বুজা?
(vii) Name two
books written by Charles Darwin.
চাৰ্লচ ডাৰউইনে লিখা দুখন গ্ৰন্থৰ
নাম লিখা ৷
2. Differentiate between Applied Anthropology and Action
Anthropology. 2
প্রায়োগিক নৃতত্ত্ব আৰু ক্ৰিয়া নৃতত্ত্বৰ
পাৰ্থক্য লিখা।
3. Highlight two main objectives of studying Physical
Anthropology. 2
আবয়বিক নৃতত্ত্ব অধ্যয়নৰ দুটা মূল উদ্দেশ্য
লিখা।
4. Mention two animals that belong to the order Edentata.
Highlight two characteristic features of Eutheria. 1+1=2
ইডেনটাটা অৰ্ডাৰৰ দুটা প্ৰাণীৰ নাম
লিখা । ইউথেৰিয়াৰ দুটা
বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য উজ্জ্বল কৰক।
5. What is a vertebra? How many bones constitute the
vertebral column of man? 1+1=2
কশেৰুকা মানে কি? মানুহৰ
মেৰুদণ্ডডাল কেইডোখৰ হাড়েৰে গঠিত?
6. What is bregma? Mention the bones joined by the coronal
suture. 1+1=2
ব্রেগমা কি? ললাটিকা সীৱনে
লগ-লগোৱা হাড়কেইডালৰ নাম লিখা ।
7. What do you understand by Artifact and Ecofact? 1+1=2
Artifact আৰু Ecofact মানে কি বুজা?
8. Write the dental formulae of human milk teeth and
permanent teeth. 1+1=2
মানুহৰ গাখীৰ দাঁত আৰু স্থায়ী
দাঁতৰ সূত্ৰ লিখা।
9. Mention two important physical characters of Gibbon. Name
a continent where they are found. 1+1=2
গিবনৰ দুটা শাৰীৰিক বৈশিষ্ট্য
উল্লেখ কৰা। গিবন বাস
কৰা এখন মহাদেশৰ নাম
লিখা ৷
10. Define 'Culture' as provided by E. B. Tylor. 2
ই. বি. টাইলৰৰ
সংস্কৃতিৰ সংজ্ঞাটো লিখা।
11. What is a Prehistoric site? 2
প্রাগৈতিহাসিক ক্ষেত্র মানে কি?
12. What do you understand by community? 2
সম্প্রদায় বুলিলে কি বুজা?
13. Mention two social groups based on kinship. 1+1=2
স্বজনতাৰ ভিত্তিতে প্রতিষ্ঠিত দুটা সামাজিক গোটৰ
নাম উল্লেখ কৰা।
14. Provide a brief account on Lamarck's theory of organic
evolution. 4
লেমাৰ্কৰ জৈৱ-বিবৰ্তন সূত্ৰৰ
ওপৰত এটি চমু টোকা
লিখা।
15. What do you understand by Hominidae? Show three
differences between Platyrrhine and Catarrhine monkeys. 1+3=4
হ’মিনিডি বুলিলে কি বুজা? প্লেটিৰাইন
আৰু কেটাৰাইন বান্দৰৰ তিনিটা পার্থক্য উল্লেখ কৰা।
16. Highlight the aim of studying Prehistoric Anthropology.
4
প্রাগৈতিহাসিক নৃতত্ত্ব অধ্যয়নৰ উদ্দেশ্য উল্লেখ কৰা ।
17. What do you understand by Absolute and Relative dating
methods? 2+2=4
পৰম আৰু আপেক্ষিক
কাল নির্ণয় প্রণালী বুলিলে কি বুজা ?
18. Distinguish between material and non- material cultures.
4
বস্তুগত আৰু অবস্তুগত সংস্কৃতিৰ
মাজৰ পাৰ্থক্য দেখুওৱাঁ।
19. In what way the primate classification by Linnaeus and
Simpson differ? Give the classification of Pongidae. 2+2=4
লিনিয়াছ আৰু ছিপছনে কৰা
প্রাইমেটৰ শ্ৰেণীবিভাজন কি দৰে বেলেগ?
পংগিডিৰ শ্ৰেণীবিভাজন কৰা
20. Write short notes on any two of the following: 2+2=4
চমু টোকা লিখা:
(যিকোনো দুটা)
(a) Social
Anthropology
সামাজিক নৃতত্ত্ব
(b) Simple
Society
সৰল সমাজ
(c) Lineage
বংশগোষ্ঠী
(d) Family
পৰিয়াল
21. Describe the effects of Glacial and Inter - Glacial
periods. 4
তুষাৰ আৰু অন্তৰাতুষাৰ যুগৰ
ফলাফল সমূহ বৰ্ণনা কৰা।
22. Mention four important features of the skull of
Australopithecus africanus or Pithecanthropus erectus. 4
অষ্ট্ৰেল’পিথেকাছ আফ্ৰিকেনাচ বা পিথেকাপাছ ইৰেক্টাছৰ
লাওখোলাৰ চাৰিটা বিশেষ লক্ষণ উল্লেখ কৰা।
23. Describe briefly the scope of Anthropology. Discuss its
relationship with biology. 4+2=6
নৃতত্ত্বৰ পৰিসৰৰ চমু বৰ্ণনা দিয়া।
জীৱবিজ্ঞান আৰু নৃতত্ত্বৰ সম্বন্ধ
আলোচনা কৰা।
24, Show a comparison between human society and non-human
society. 4
মানৱ সমাজ আৰু
ইতৰ সমাজৰ মাজত পাৰ্থক্য দেখুওৱা।
25. Discuss Charles Darwin's theory of organic evolution. 6
চাৰ্লচ ডাৰউইনৰ জৈৱ বিৱৰ্তন সূত্ৰটো
আলোচনা কৰা ।
26. Highlight the relationship between Prehistoric
Anthropology and Archaeology. 6
প্রাগৈতিহাসিক নৃতত্ত্ব আৰু পুৰাতত্ত্বৰ সম্বন্ধ
উল্লেখ কৰা৷
27. What do you understand by Physical Environment?
Elaborate the influence of physical environment on cultural citing proper
examples. 2+4=6
প্রাকৃতিক পৰিবেশ বুলিলে কি বুজা? সংস্কৃতিৰ
ওপৰত প্ৰাকৃতিক পৰিবেশৰ প্রভাৱ উচিত উদাহৰণসহ বুজাই
লিখা।
***
ANTHROPOLOGY SOLVED PAPERS PAGE LINK - Click here
BUY E-BOOK (PDF FILE)
[TO SEE FULL SOLUTION]
(Chapter wise Notes, Exam Question Papers solved, MCQ solved) [ARTS, COMMERCE, SCIENCE]
|
DOWNLOAD PAGE LINK:-CLICK HERE |
AHSEC PAGE LINK - CLICK HERE